अर्थ : কোনো প্রশ্নৰ উত্তৰ দিব নোৱাৰা অৱস্থা বা পৰিস্থিতি হোৱা
उदाहरणे :
ভালদৰে প্রস্তুতি নোহোৱা কাৰণে তেওঁ ্ সাক্ষাৎকাৰত নিৰুত্তৰ হৈ থাকিবলগীয়া হʼল
समानार्थी : উঁ-আঁ কৰিব নোৱাৰা, উত্তৰ দিব নোৱাৰা, চুপ-চাপ থকা, নিৰুত্তৰ হোৱা, মনে মনে থাকিব লগা, মাত দিব নোৱাৰা