सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : আভূষণ আদিত লগোৱা এবিধ বহুমূলীয়া উজ্জ্বল খনিজ পদার্থ
उदाहरणे : হীৰা, পান্না, মুকুতা আদি মূল্যৱান ৰত্ন
समानार्थी : জহৰত, জহৰৎ, বাখৰ, মাণিক্য, ৰতন, ৰত্ন, ৰত্নমণি, ৰত্নমাণিক
अर्थ : নৱবিধ ৰত্নৰ এবিধ ৰঙা মূল্যবান পাথৰ
उदाहरणे : সোণ, ৰূপ, মাণিকেৰে ৰজা দশৰথৰ ভঁ্ৰাল ভৰি আছিল
समानार्थी : মণি, মণি-মাণিক্য
स्थापित करा