सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : পৃথিৱীৰ একেবাৰে ওপৰৰ ভাগ
उदाहरणे : সম্পূর্ণ ধৰ্াতল জল আৰু স্থল এই দুই ভাগত বিভক্ত
समानार्थी : ধৰাতল, ভূ-তল, ভূ-পৃষ্ঠ, ভূ-ভাগ, স্থলভাগ
अर्थ : পৃথিৱীৰ উপৰিভাগত আৰু অন্য ভাগ তথা সকলো ঠাইতে পোৱা যোৱা পদার্থ
उदाहरणे : ইয়াৰ মাটি বৰ ভাল
समानार्थी : ভূমি, মৃত্তিকা, মৃৎ
अर्थ : পানী নথকা ভূমি ভাগ
उदाहरणे : পৃথিৱীৰ তিনিভাগৰ এক অংশ স্থল ভাগেৰে আৱৰা
समानार्थी : থল, ভূ-খণ্ড, ভূ-পৃষ্ঠ, স্থল, স্থলভূমি
स्थापित करा