पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील মহাৰাজ शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

মহাৰাজ   বিশেষ্য

अर्थ : ব্রাহ্মণ, গুৰু আদিৰ কাৰণে আদৰসূচক সম্বোধন

उदाहरणे : এই মহাৰাজে নিজৰ ভোজন স্বয়ং বনায়

अर्थ : যি ৰজাৰ ৰাজ্য দূৰ দূৰলৈ প্রসাৰিত হৈ থাকে

उदाहरणे : দশৰথ এজন চক্রৱর্তী ৰজা আছিল

समानार्थी : চক্রৱর্তী ৰজা

अर्थ : ডাঙৰ হিন্দু ৰজা

उदाहरणे : এজন মহাৰজাৰ অধীনত ভালেমান ৰজা থাকিব পাৰে

समानार्थी : অধীশ্বৰ, মহাৰজা, ৰাজেশ্বৰ

चौपाल