पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील মল शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

মল   বিশেষ্য

अर्थ : আম গছৰ ফুল

उदाहरणे : বসন্ত ঋতুৰ আগমনৰ লগে লগে আম গছত মল লাগিবলৈ ধৰে

अर्थ : যি অংশইদি শৰীৰৰ ভিতৰৰ মলভাগ বাহিৰ হয়

उदाहरणे : গুহ্যদ্বাৰৰ ভালদৰে পৰিষ্কাৰ কৰি ভালেমান ৰোগৰ পৰা হাত সাৰি থাকিব পাৰি

समानार्थी : গুহ্য দ্বাৰ, গুহ্যদ্বাৰ, পায়ু, পোকৰ, মলদ্বাৰ

अर्थ : জীৱই গুহ্যদ্বাৰেৰে ত্যাগ কৰা বর্জিত পদার্থ

उदाहरणे : গাহৰিয়ে গুও খায়

समानार्थी : অষ্ঠীলা, গু, পায়খানা, পুৰীষ, বিষ্ঠা, শৌচ

अर्थ : শৰীৰৰ পৰা ওলোৱা অশুদ্ধি বা বিকাৰ

उदाहरणे : মনুস্মৃতি অনুসৰি শৰীৰত বাৰ প্রকাৰৰ মল থাকে, সেইবোৰ হʼল মেদ, শুক্র, ৰক্ত, মজ্জা, মূত্র, বিষ্ঠা, কাণৰ মল, নখ, কফ, চকুপানী, ঘাম আৰু শৰীৰত জমা হোৱা মল

अर्थ : কোনো বস্তুৰ পৰা ওলোৱা বা তাৰ ওপৰত জমা হোৱা তৰপ বা ধূলি

उदाहरणे : কাপোৰৰ পৰা ময়লা গুচাবলৈ হʼলে চাবোনেৰে ধুব লাগে

समानार्थी : ময়লা, লেতেৰা

अर्थ : যিপাহ ফুলে পাহি মেলা নাই:কলিবিলাক ছিঙা কাৰণে মালীয়ে লʼৰা-ছোৱালীবোৰক গালি পাৰিছে

उदाहरणे :

समानार्थी : কলি, কুসুমকলি, কোৰক, নুফুলা ফুল, ফুলকলি, ফুলৰ কলি, মুকুল

चौपाल