पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील মমতা शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

মমতা   বিশেষ্য

अर्थ : যি মনোবেগে বেলেগৰ দুখ দেখি তাক দূৰ কৰিবৰ কাৰণে প্রেৰণা দিয়ে

उदाहरणे : হে ভগৱান তুমি সকলো জীৱকে দয়া কৰা

समानार्थी : অনুকম্পা, অনুগ্রহ, কৃপা, কৰুণা, দাক্ষিণ্য, দয়া, দৰদ, পুতৌ, প্রসাদ, বেথা, মেহেৰবানি

अर्थ : ঈশ্বৰক ধ্যান কৰিবলৈ এৰি সংসাৰৰ বস্তুক সর্বস্ব বুলি ধৰি লোৱা কার্য ্বা ভাব

उदाहरणे : সাধুসকল মোহত নপৰে

समानार्थी : মোহ

अर्थ : সৰুজনৰ প্রতি হৃদয়ত উথলি উঠা ভালপোৱা

उदाहरणे : জৱাহৰলাল নেহৰুৱে সৰু লʼৰা-ছোৱালীক বহুত মৰম কৰিছিল

समानार्थी : চেনেহ, মৰম, মৰম-চেনেহ, স্নেহ

अर्थ : মাকৰ নিজৰ সন্তানৰ প্রতি ওপজা মৰম

उदाहरणे : শিশু মাকৰ মমতাৰ ছাঁয়াত ডাঙৰ-দীঘল হয়

चौपाल