अर्थ : একাগ্র মনেৰে কোনো এক বিষয়ত লাগি থকা কার্য
उदाहरणे :
মনোযোগৰ অবিহনে সফলতা লাভ কৰিব নোৱাৰি
अर्थ : ধ্যানেৰে পূর্ণ ্ অৱস্থা বা ভাব
उदाहरणे :
সৰিতাই সকলো কাম একাগ্রতাৰে কৰে
समानार्थी : একনিষ্ঠা, একাগ্রচিত্ততা, একাগ্রতা, ঐকান্তিকতা, দৃঢ়তা, ধ্যানপূর্ণত্া, নিবিষ্টচিত্ততা, নিবিষ্টতা, মগ্নতা