सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : ৰুচিৰ অনুকূল বা ভাল লগা
उदाहरणे : এইয়া মোৰ পচন্দৰ খাদ্য
समानार्थी : পচন্দৰ, প্রিয়, ভাল লগা-, মনঃপুত, মনপচন্দ, ৰুচিকৰ
अर्थ : মনলৈ অহা বা মনত হোৱা
उदाहरणे : কবি মহোদয়ে নিজৰ মনোমত ভাববোৰ কবিতাৰ মাধ্যমৰে শ্রোতাৰ সন্মুখত উপস্থাপন কৰিলে
समानार्थी : মনোগত, স্বগত
स्थापित करा