अर्थ : মনত উদয় হোৱা ভাব বা কোনো বিচাৰ
उदाहरणे :
মনোভাবৰ ওপৰত নিয়ন্ত্রণ ৰখাটো কঠিন মনলৈ বিভিন্ন ধৰণৰ ভাব আহে
समानार्थी : ভাব, মনোভাবনা, মানসিক ভাব
अर्थ : মনৰ অৱস্থা
उदाहरणे :
তেওঁৰ ্মানসিক অৱস্থা এতিয়া ভাল নহয়
समानार्थी : মনোবৃত্তি, মনোৱস্থা, মানসিক অৱস্থা, মানসিকতা