अर्थ : মনোবিজ্ঞানৰ জ্ঞান থকা লোক
उदाहरणे :
এই সন্মিলনখনত দেশ-বিদেশৰ মনোবৈজ্ঞানিকসকলে ভাগ লʼব
समानार्थी : মনোবৈজ্ঞানিক
अर्थ : মনোবিজ্ঞান বিষয়ত যাৰ ভাৰ দখল আছে
उदाहरणे :
ইয়াত ভাল মনোবৈজ্ঞানিকৰ অভাৱ আছে
समानार्थी : মনোবৈজ্ঞানিক