सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : মনে কিদৰে নিজৰ কাম কৰে সেই বিষয়ে অধ্যয়ন কৰা বিজ্ঞান
उदाहरणे : মনোবিজ্ঞান এবিধ অতি ্আকর্ষণীয় বিষয়
समानार्थी : মনো বিজ্ঞান, মনো-বিজ্ঞান
अर्थ : যি শাস্ত্রত মানুহৰ মনৰ প্রবৃত্তি বা মনত উদয় হোৱা ভাব-কল্পনাৰ বিচাৰ-বিবেচনা কৰা হয়
उदाहरणे : তেওঁ মনোবিজ্ঞানৰ ছাত্র
समानार्थी : ছাইকʼলজী, মনোবিদ্যা
स्थापित करा