सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : যিজনে প্রায়েই অত্যধিক মদ পান কৰে
उदाहरणे : মদাহীটো মদ খোৱাৰ পিছত নলাটোত সৰি পৰিল
समानार्थी : মদপী
अर्थ : মদ পান কৰা ব্যক্তি
उदाहरणे : মদাহীটোৱে ঢলং-ঢপঙকৈ গৈ আছিল
अर्थ : প্রায়েই অত্যধিক মদ পান কৰোতা
उदाहरणे : মদপী ৰমেশে সদায় মদ খাই ঘৰলৈ আহে
अर्थ : মদ খাই থকা
उदाहरणे : মদাহী ড্রাইভাৰে গাড়ীখন গছত খুন্দা মাৰি দিলে
स्थापित करा