अर्थ : যিজনে প্রায়েই অত্যধিক মদ পান কৰে
उदाहरणे :
মদাহীটো মদ খোৱাৰ পিছত নলাটোত সৰি পৰিল
समानार्थी : মদাহী
अर्थ : অত্যধিক মদ পান কৰোতা
उदाहरणे :
মদ্যপায়ীয়ে সংসাৰত কিমান যে আলৈ-আহুকালৰ সৃষ্টি কৰে
समानार्थी : তেবাহী মদপী, মদ্যপায়ী