अर्थ : যি প্রায়েই কোনো নিচাৰ সেৱন কৰে
उदाहरणे :
দুজন নিচাখোৰে নিচা খোৱাৰ পিছত নিজৰ মাজতেই থোতা-মোজা লাগিল
समानार्थी : নিচাখোৰ
अर्थ : যিয়ে নিচা লগাবৰ কাৰণে নিচাজাতীয় পদার্থ সেৱন কৰে
उदाहरणे :
নিচাত মাৰপিট কৰাৰ কাৰণে দুজন নিচাখোৰ লোক জেললৈ যাব লগা হʼল
समानार्थी : টং হৈ থকা-, নিচাগ্রস্ত, নিচাসক্ত