पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील মতা शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

মতা   বিশেষ্য

अर्थ : মানৱ জাতিৰ মতা

उदाहरणे : পুৰুষ আৰু মহিলাৰ শাৰীৰিক গঠন বেলেগ বেলেগ

समानार्थी : পুৰুষ, মতা মানুহ, মুনিহ, মৰদ

अर्थ : স্ত্রীৰ দৃষ্টিত ্ তেওঁৰ বিবাহিত পুৰুষজন:শীলাৰ স্বামীয়ে খেতি কৰি নিজৰ পৰিয়ালটো পোহ-পাল দি আছে

उदाहरणे :

समानार्थी : গিৰিয়েক, দৰা, পতি, পৈ, পৈয়েক, বৰ, স্বামী

মতা   ক্ৰিয়া

अर्थ : কাৰোবাক নিজৰ ঠাইলৈ বা ওচৰলৈ আহিবলৈ নিমন্ত্রণ জনোৱা

उदाहरणे : আইতাই ককাক ইংগিতেৰে মাতি আছে

अर्थ : নামেৰে জনা

उदाहरणे : মানুহে গান্ধীজীক বাপু বুলিও কয়

समानार्थी : কোৱা

अर्थ : আমন্ত্রণ জনোৱা

उदाहरणे : তেওঁ নিজৰ বিয়ালৈ আমাৰ সকলোকে নিমন্ত্রিত কৰিছে

समानार्थी : আমন্ত্রিত কৰা, নিমন্ত্রণ দিয়া, নিমন্ত্রিত কৰা

अर्थ : শ্্ব্দ কৰি মতা কার্য

उदाहरणे : মায়ে তোমাক মাতি আছে

समानार्थी : ডাক দিয়া, ডাকা, মাত দিয়া

अर्थ : কোনো জন্তুৰ মুখৰ পৰা ধ্বনি ওলোৱা

उदाहरणे : ৰাতিপুৱা চৰায়ে মাতে

अर्थ : কোনো পৰিচিতৰ লগত কথা কোৱা

उदाहरणे : আজিকালি শীলাই মোক নামাতে

चौपाल