सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : কোনো বিশেষ উপলক্ষত বাঁহ, কাঠ, কাপোৰ, ৰচী আদিৰে ঘেৰি সজা স্থান বিশেষ
उदाहरणे : এইখন বিয়াৰ ৰভা
समानार्थी : চামিয়ানা, চালি, পেণ্ডেল, বিতান, ৰভা, ৰভা-পৰলা
अर्थ : একপ্রকাৰৰ ডাঙৰ তম্বু
उदाहरणे : দৰা আহি চন্দ্রতাপৰ তলত বহি আছে
समानार्थी : চন্দ্রতাপ, চামিয়ানা
अर्थ : সভাৰ অধিবেশন বা উৎসৱ আদিৰ বাবে বনোৱা তম্বু
उदाहरणे : কৃপা কৰি আপোনালোকে সভাপতিৰ প্রস্থানৰ পিছতহে ৰভা ঘৰ এৰে যেন
समानार्थी : ৰভা ঘৰ, ৰভাস্থলী
स्थापित करा