पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील মণিপুৰী शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

মণিপুৰী   বিশেষ্য

अर्थ : মণিপুৰত কোৱা ভাষা

उदाहरणे : তেওঁলোক দুয়োজনে মণিপুৰীত কথাপাতি আছে

अर्थ : মণিপুৰৰ অধিবাসী

उदाहरणे : আজি ৰঙ্গমঞ্চত মণিপুৰী সকলৰ নৃত্য আছিল

মণিপুৰী   বিশেষণ

अर्थ : মণিপুৰত থকা বা বসতি কৰা

उदाहरणे : কাইলৈ আমাৰ কলেজলৈ মণিপুৰী ডাক্তৰৰ এটা দল আহিব

अर्थ : মণিপুৰৰ সৈতে সম্বন্ধ থকা

उदाहरणे : আমি মণিপুৰী নৃত্য চাবলৈ গৈছিলোঁ

अर्थ : মণিপুৰী ভাষাত ৰচিত

उदाहरणे : তুমি মোক মণিপুৰী সাহিত্যৰ বিষয়ে কিবা খবৰ দিব পাৰিবা নেকি ?

चौपाल