पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील মডেল शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

মডেল   বিশেষ্য

अर्थ : কৃত্রিমভাৱে উৎপাদিত হোৱা কোনো বস্তুৰ প্রকাৰ

उदाहरणे : মটৰ গাড়ীৰ এইটো মডেল বহুত পুৰণা

अर्थ : কোনো বস্তু সজা বা কোনো কাম আদি কৰাৰ আগতে তৈয়াৰ কৰি লোৱা তাৰ এক ৰূপ

उदाहरणे : নতুন মেচিনৰ আর্হি তৈয়াৰ কৰা হৈ গৈছে

समानार्थी : আর্হি, নমুনা

अर्थ : টিভি, ৰেডিঅʼ আদিৰ মাধ্যমেৰে বা দর্শকৰ সন্মুখত, প্রত্যক্ষ ৰূপত নতুনকৈ উৎপাদিত হোৱা কোনো বস্তুৰ প্রচাৰ চলোৱা ব্যক্তি

उदाहरणे : মডেলো এক প্রকাৰৰ কলাকাৰ

चौपाल