अर्थ : বিশেষ অৱস্থাত কাম কৰিবলৈ অথবা কর্তব্য বা দায়িত্ব পূৰণ কৰিবলৈ কাৰোবাক দিয়া অনুমতি
उदाहरणे :
পৰীক্ষাত কেলকুলেটৰ ব্যৱহাৰৰ সুযোগ দিয়া হৈছে
समानार्थी : অনুজ্ঞা দান, সন্মতি, সুযোগ
अर्थ : স্বীকাৰ কৰাৰ কার্য ্ বা ভাব
उदाहरणे :
ভাৰত চৰকাৰে এই যোজনাটো আৰম্ভ কৰাৰ কাৰণে অনুমতি প্রদান কৰিছে
समानार्थी : অনুমতি