पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील মজুৰি शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

মজুৰি   বিশেষ্য

अर्थ : পৰিশ্রম কৰাৰ বিনিময়ত বা পাৰিতোষিক হিচাপে দিয়া বিশেষ ধন

उदाहरणे : উচিত পাৰিশ্রমিক নোপোৱাৰ কাৰণে শ্রমিকে হৰতাল কৰি আছে

समानार्थी : পাৰিশ্রমিক

अर्थ : মজদুৰে পোৱা পাৰিশ্রমিক

उदाहरणे : তেওঁ প্রতিদিন এশ টকা মজুৰি লয়

अर्थ : পাৰিশ্রমিকৰ দান

उदाहरणे : ঠিকাদাৰে খান্তাটোৰ মজুৰি এহেজাৰ টকা বিচাৰিছে

समानार्थी : পাৰিশ্রমিক, বানচ

चौपाल