अर्थ : সকলোতকৈ ডাঙৰৰ পিছৰজন বা যাৰ ওপৰত কেৱল এজন থাকে
उदाहरणे :
ৰাণীৰ মাজু ভায়েক মোৰ শ্রেণীত পঢ়ে
समानार्थी : মাজু
अर्थ : একেবাৰে ডাঙৰ বা একেবাৰে সৰু আকাৰৰ মাজৰ এক অৱস্থা
उदाहरणे :
এই বনত মজলীয়া আকাৰৰ উদ্ভিদ অধিক পৰিমাণে আছে
समानार्थी : মধ্যমীয়া