अर्थ : কোনো খাদ্য বা পানীয় আদি সুগন্ধি আৰু সুস্বাদু কৰিবৰ কাৰণে মিহলোৱা বিশেষ প্রকাৰৰ ভেষজ দ্রৱ্য
उदाहरणे :
মছলাই খাদ্য সুস্বাদু কৰি তোলে জালুক, জিৰা, ধনীয়া আদি মছলা
समानार्थी : মচলা
अर्थ : কোনো বিশেষ কামৰ কাৰণে বনোৱা ঔষধি বা ৰাসায়নিক দ্রৱ্যৰ মিশ্রণ
उदाहरणे :
এই ঢোলটোৰ মছলা এৰাই গʼল
अर्थ : কিছুমান খাদ্য বা পেয় পদার্থ আদিক অধিক সুস্বাদু, গুণযুক্ত কৰিবৰ বাবে প্রযুক্ত পদার্থ
उदाहरणे :
আজিকালি সকলো বস্তু বনাবলৈ তৈয়াৰী মচলা পোৱা যায়
समानार्थी : মচলা