पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील মচুৰ शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

মচুৰ   বিশেষ্য

अर्थ : দাইল হিচাপে খোৱা এবিধ শস্য

उदाहरणे : মচুৰ দাইলত অধিক পৰিমাণে প্রʼটিন পোৱা যায়

समानार्थी : মচুৰ দাইল, মচুৰ মাহ

अर्थ : দাইল হিচাপে খোৱা এক ৰঙচুৱা সৰু বীজৰ মাহজাতীয় গছ

उदाहरणे : খেতিয়কে মচুৰ মাহৰ গছ চপাইছে

समानार्थी : মচুৰ গছ, মচুৰ মাহৰ গছ

अर्थ : দাইল হিচাপে ৰান্ধি খোৱা এক প্রকাৰ দ্বি-উত্তল বীজ

उदाहरणे : বৈদ্যশাস্ত্রত মচুৰ মাহক কফনাশক, পিত্তনাশক, জ্বৰনাশক বুলি কোৱা হৈছে

समानार्थी : মচুৰ মাহ

चौपाल