सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : যি ঠাইত আমি প্রাণীবোৰে বাস কৰো
उदाहरणे : সংসাৰত জন্মিলে এদিন মৰিবই লাগিব
समानार्थी : ইহজগত, ইহলোক, জগত, জাহান, জীৱলোক, দুনীয়া, ধৰাতল, নৰলোক, পৃথিৱী, পৃথিৱীলোক, বসুধা, বিশ্ব, ভুৱন, মনুষ্যলোক, মর্ত্যলোক, মৰজগত, লোক, সংসাৰ, সৃষ্টি
अर्थ : সংসাৰ ৰূপী সাগৰ
उदाहरणे : প্রকৃত গুৰুৱেহে আমাক ভৱসাগৰ পাৰ কৰাব পাৰিব
समानार्थी : ভৱ সাগৰ, ভৱ-সাগৰ, সংসাৰ সাগৰ
स्थापित करा