अर्थ : কোনো বস্তু জ্বলাবৰ কাৰণে জুইত পেলাই দিয়া
उदाहरणे :
আহাৰ তৈয়াৰ কৰাৰ সময়ত সীতাই বাৰে-বাৰে ভুচি আদি চৌকাটোত ভৰাই আছিল
समानार्थी : দলিওৱা, নিক্ষেপ কৰা, পেলাই দিয়া
अर्थ : কোনো বস্তুৰ ভিতৰ ভাগ কোনো বস্তুৰে পূর্ণ ্কৰা কার্য
उदाहरणे :
এই টেমাটোত সাত কিলো আটা সোমায়
समानार्थी : সোমোৱা
अर्थ : কোনো বস্তু কিহবাৰ ওপৰত দিয়া
उदाहरणे :
লʼৰাটোৱে মুখত কলমটো ভৰালে
अर्थ : কাৰোবাক ভৰিবলে প্রবৃত্ত কৰোৱা
उदाहरणे :
পুথি্ভঁ্ৰালৰ কিতাপ সময়ত ঘূৰাই নিদিয়া বাবে পুথি্ভঁ্ৰালৰ অধ্যক্ষই পঞ্চাশ টকা জৰিমণা ভৰালে
समानार्थी : ভৰা