अर्थ : ভ্রষ্টাচাৰত লিপ্ত ব্যক্তি
उदाहरणे :
ভ্রষ্টাচাৰীয়ে আমাৰ দেশখন খুলি-খুলি খাইছে
अर्थ : ভ্রষ্টাচাৰৰ সৈতে সম্বন্ধ
उदाहरणे :
ভ্রষ্টাচাৰী গতিবিধিত লিপ্ত হোৱাৰ কাৰণে তেওঁ নিলম্বিত হʼল
अर्थ : যিজন বেয়া বা নিন্দনীয় চৰিত্রৰ
उदाहरणे :
চৰিত্রহীন ব্যক্তি সমাজৰ অভিশাপ স্বৰূপ
समानार्थी : চৰিত্রহীন, দুশ্চৰিত্র, দুৰাচাৰী