सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : কোনো ঠাই আদিৰ চাৰিওফালে ঘূৰা কার্য
उदाहरणे : পৃথিৱীয়ে সূর্য্যৰ চাৰিওফালে প্রদক্ষিণ কৰাৰ ফলতেই দিন-ৰাতি হয়
समानार्थी : প্রদক্ষিণ, পৰিক্রমণ, পৰিক্রমা, পৰিভ্রমণ
अर्थ : ঘূৰা-ফুৰা কার্য
उदाहरणे : ৰামে ইফালে-সিফালে বিচৰণ কৰি আছে
समानार्थी : চলা-ফুৰা, বিচৰণ
अर्थ : এঠাইৰ পৰা অন্য কোনো দূৰৱর্তী ঠাইলৈ যোৱা কার্য
उदाहरणे : তেওঁৰ ্যাত্রা সফল হʼল তেওঁ ভ্রমণ কৰি আছে
समानार्थी : চফৰ, যাত্রা
अर्थ : কোনো বিশেষ কামৰ নিৰীক্ষণৰ কাৰণে এঠাইৰ পৰা অন্য ঠাইলৈ যোৱা কার্য
उदाहरणे : প্রধানমন্ত্রীয়ে ভূমিকম্প গ্রস্ত এলেকাৰ ভ্রমণ কৰিবলে গৈছে
स्थापित करा