पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील ভোৰভোৰোৱা शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

ভোৰভোৰোৱা   ক্ৰিয়া

अर्थ : পাগলৰ দৰে ব্যর্থ ্কথা কোৱা

उदाहरणे : তীব্র জ্বৰৰ বাবে তেওঁ ্প্রলাপ বকি আছে

समानार्थी : প্রলাপ বকা, ভুল বকা

अर्थ : অস্ফুট বা অস্পষ্ট স্বৰত কোৱা

उदाहरणे : বৃদ্ধলোকে অধিক ভোৰভোৰায়

समानार्थी : ভোৰভোৰা

अर्थ : মনৰ ভিতৰতে অস্পষ্ট শ্্ব্দত কিবা কোৱা

उदाहरणे : কাম কৰিবলৈ কওঁতেই তেওঁ ্ভোৰভোৰাবলৈ লাগিল

अर्थ : টোপনি বা বেহুচ হৈ থকাৰ সময়ত কিবাকিবি কোৱা

उदाहरणे : সুমনৰ আইতাকে ৰাতি শোৱাৰ পিছত বেলবেলাই থাকে

समानार्थी : বেলবেলোৱা

चौपाल