अर्थ : যাৰ বুদ্ধি নাই বা কম
उदाहरणे :
সমাজত মূর্খৰ ্ অভাৱ নাই
समानार्थी : অজগৌ, অজমূর্খ, অজ্ঞ, অজ্ঞানী, অবুদ্ধি, অহম্মক, আওগৰু, আজান, গমা-গৰু, গাধা, গো-মুর্খ, গোট গৰু, গোটকাঠ, গোমার্গা, গৰু, দগধা, নির্বোধ, বুদ্ধিশূন্য, বুদ্ধিহীন, মহামূর্খ, মূঢ়, মূঢ়মতি, মূর্খ, মূর্খ ্লোক, মূৰুখ, মূৰুখমতি, স্থূলবুদ্ধি, হতবুদ্ধি, ্জধামূর্খ
अर्थ : কম বা সামান্য বুদ্ধিযুক্ত
उदाहरणे :
অল্পজ্ঞ বিদ্যার্থীসকলক পঢ়াবৰ বাবে শিক্ষকসকলে অধিক পৰিশ্রম কৰিব লাগে
समानार्थी : অল্পজ্ঞ, অল্পজ্ঞানী, অল্পবুদ্ধি
अर्थ : যাৰ বুদ্ধি পূর্ণৰূপত বিকশিত হোৱা নাই
उदाहरणे :
ইয়াত ভোদা ছোৱালীবোৰক প্রশিক্ষিত কৰা হয়
समानार्थी : অপ্রতিভ, মন্দবুদ্ধি