सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : যিজনে সামগ্রী, সেৱা আদিৰ উপভোগ কৰে
उदाहरणे : উপভোক্তাৰ প্রয়োজনীয়তাৰ প্রতি লক্ষ্য ৰাখি কোম্পানীবোৰে নতুন নতুন উৎপাদিত সামগ্রী বজাৰত মুকলি কৰি দিছে
समानार्थी : উপভোক্তা
अर्थ : যিয়ে খায়
उदाहरणे : সিংহ এবিধ মাংসভোজী জন্তু
समानार्थी : আহাৰার্থী, আহাৰী, খাওঁ্তা, খাদক, খাৱৈয়া, ভক্ষক, ভক্ষণকাৰী, ভক্ষী, ভক্ষ্য, ভোজক, ভোজনকাৰী, ভোজী
स्थापित करा