सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : শুভ কাম বা ধর্মীয় অনুষ্ঠান কৰিবৰ কাৰণে সাজি লোৱা আচ্ছাদনযুক্ত ভূমি
उदाहरणे : তেওঁ বেদীত বহি কথা কৈ আছে
समानार्थी : বেদিকা, বেদী
अर्थ : কাৰোবাক কিবা দি নিজৰ ফলীয়া কৰা কাৰ্য
उदाहरणे : বিনা পাৰিতোষিকেৰে চৰকাৰী কাৰ্যালয়ত কোনো কাম নহয়
समानार्थी : উপঢৌকন, পাৰিতোষিক
अर्थ : কোনো বস্তু বা কামৰ প্রাথমিক স্তৰ
उदाहरणे : আমি এই ঘটনাৰ উঁহ বিচাৰিব লাগিব
समानार्थी : উঁহ, গুৰি, বুনিয়াদ
स्थापित करा