अर्थ : পৃথিৱীৰ কোনো এক ডাঙৰ ভাগ বা ক্ষেত্র
उदाहरणे :
ভাৰতবর্ষ এনে এক ভৌগোলিক ক্ষেত্র যʼত বহুতো ভাষাভাষীলোকে একেলগে বসবাস কৰে
समानार्थी : ভূভাগ, ভৌগোলিক ক্ষেত্র
अर्थ : ভূমি খণ্ড
उदाहरणे :
প্রাকৃতিক খেলি-মেলিৰ কাৰণে কেতিয়াবা কেতিয়াবা ভূখণ্ডৰ পৰি্ৱর্তনো হয়
समानार्थी : ভূ-খণ্ড