पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील ভীষণ शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

ভীষণ   বিশেষণ

अर्थ : যিটো ভয়েৰে ভৰি আছে

उदाहरणे : ভয়ানক পৰিৱেশত থকাটো বিপদজনক

समानार्थी : ভীতিজনক, ভয়ংকৰ, ভয়ানক, ভয়াবহ, শংকাজনক

अर्थ : প্রয়োজনতকৈ অধিক

उदाहरणे : অত্যধিক বাৰিষাৰ কাৰণে জন-জীৱন স্তব্ধ হৈ পৰিল

समानार्थी : অত্যধিক, ভয়ংকৰ, ভয়ানক

अर्थ : যি অন্তৰ বিদাৰণ কৰে

उदाहरणे : ৰাম বনলৈ যোৱাৰ পিছত বিচ্ছেদৰ ভীষণ দুখ সহিব নোৱাৰি পিতৃ দশৰথৰ মৃত্য হʼল

समानार्थी : ঘোৰ, দাৰুণ, ভয়ঙ্কৰ

अर्थ : বহুত গভীৰ পৰিণতিযুক্ত

उदाहरणे : হত্যা এক ঘোৰ অপৰাধ

समानार्थी : ঘোৰ, ডাঙৰ, ভয়ংকৰ

चौपाल