अर्थ : পানী বা কোনো তৰল পদার্থৰ ্সহায়ত কোনো বস্তু মোলায়ম কৰা
उदाहरणे :
কুমাৰে কলহ বনাবৰ কাৰণে মাটি তিয়াই আছে
समानार्थी : তিওৱা
अर्थ : কোনো বস্তুক পানী বা কোনো তৰল পদার্থত সিক্ত হʼবলৈ ডুবাই ৰখা
उदाहरणे :
ৰাতিপুৱা খাবলৈ মায়ে সদায় বুট তিয়াই থয়
समानार्थी : তিওৱা, তিয়াই থোৱা