अर्थ : ভাড়া দি কোনো বাহনত কʼৰবালৈ যোৱা যাত্রী অথবা কʼৰবালৈ নিয়া সামগ্রী
उदाहरणे :
সকলো টেক্সীৱালাই ভাৰা লৈ গʼল
समानार्थी : ভাড়া
अर्थ : কোনো বাহনত উঠাৰ বাবদ দিবলগীয়া হোৱা নিশ্চিত ধন
उदाहरणे :
ইয়াৰ পৰা দিল্লীলৈ ভাড়া কিমান
समानार्थी : পৰিবহন ভাৰা, ভাড়া