पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील ভাৰ शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

ভাৰ   বিশেষ্য

अर्थ : যিটো কাৰোবাৰ ওপৰত জাপি দিয়া হয়

उदाहरणे : মই এশ কিলোতকৈ অধিক বোজা উঠাব নোৱাৰোঁ

समानार्थी : বোজা

अर्थ : কোনো কামত নলগাকৈ কাৰোবাৰ তত্ত্বাৱধানত থকা অৱস্থা

उदाहरणे : কর্মহীন ব্যক্তি পৃথিৱীৰ বোজা স্বৰূপ

समानार्थी : বোজ, বোজা

अर्थ : কোনো বস্তুৰ গুৰুত্ব বা গধুৰৰ পৰিমাণ

उदाहरणे : এই বস্তুটোৰ ওজন কিমান?

समानार्थी : ওজন, গধুৰতা, ভৰ

अर्थ : একেলগ কৰি বান্ধি থোৱা বস্তুৰ দʼম

उदाहरणे : খেতিয়কে ধানৰ বোজা গৰুগাড়ীত লাদি আছে

समानार्थी : বোজা

ভাৰ   ক্ৰিয়া

अर्थ : কিহবাৰ ওপৰত বস্তু ৰখা বা ভৰোৱা

उदाहरणे : মোৰ বস্তু এতিয়াও বোজা কৰা নাই ট্রাকত মালবস্তু বোজা কৰিলে

समानार्थी : বোজা

चौपाल