पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील ভালপোৱা शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

ভালপোৱা   বিশেষ্য

अर्थ : লʼৰা-ছোৱালীৰ লগত কৰা প্রেমপূর্ণ ব্যৱহাৰ

उदाहरणे : অত্যাধিক মৰমৰ বাবে লʼৰা-ছোৱালী নষ্ট হয়

समानार्थी : মৰম

अर्थ : কাৰোবাক খুউব ভাল পাই সদায় তেওঁৰ্ লগত থাকিবলৈ প্রেৰণা দিয়া মনোবৃত্তি

उदाहरणे : প্রেম নিস্বার্থ ্ হʼব লাগে

समानार्थी : অনুৰাগ, আসক্তি, পীৰিতি, প্রীতি, প্রেম, মহব্বত

अर्थ : স্ত্রী আৰু পুৰুষ জাতিৰ প্রাণীবোৰৰ মাজত থকা পাৰস্পৰিক স্নেহ যি বাজ্যিক ৰূপ, গুণ, সান্নিধ্য বা কামবাসনাৰ কাৰণে হয়

उदाहरणे : হীৰ ৰাঞ্জা, শিৰী ফৰহাদ, ঢ়োলা মাৰুৰ প্রেম অমৰ হৈ পৰিল

समानार्थी : অনুৰাগ, প্রণয়, প্রীতি, প্রেম

चौपाल