सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : যেনেকৈ লাগে সেই ধৰণে বা উচিত প্রকাৰে
उदाहरणे : তেওঁৰ নিচান ভাল সঠিক লাগিলএই জীৱৰ অংগ ভাল দৰে বিকশিত হোৱা নাই
समानार्थी : ভাল দৰে, সঠিক, সঠিক ভাৱে, সঠিককৈ
अर्थ : ভাল ধৰণেৰে
उदाहरणे : মই সোহনক ভালকৈ জানো
समानार्थी : ঠিককৈ, নিৰহ-নিপানীকৈ, বঢ়িয়াকৈ, বেচকৈ, ভালমতে
स्थापित करा