पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील ভাল লগা शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

ভাল লগা   ক্ৰিয়া

अर्थ : আনন্দ পাওঁতে অনুভৱ হোৱা

उदाहरणे : এই দৃশ্যটো মোৰ ভাল লাগিছে

समानार्थी : মন ভুলোৱা, মনঃপুত হোৱা, সুখপ্রদ লগা

अर्थ : ৰুচিৰ অনুকূল হোৱা

उदाहरणे : আপোনাৰ সকলো বস্তুৱেই পচন্দ হʼব বুলি কোনো কথা নাই মোৰ এই কামটো ভাল লগা নাই

समानार्थी : পচন্দ হোৱা, মন লগা, মনঃপুত হোৱা, মনোমত হোৱা, ৰুচিকৰ হোৱা

ভাল লগা   বিশেষণ

अर्थ : যাৰ প্রতি মৰম ওপজে বা যিজন অতি মৰমৰ

उदाहरणे : এইখন মোৰ অতি প্রিয় গ্রন্থ

समानार्थी : অভিৰুচি, পছন্দ, প্রিয়, ৰুচি

चौपाल