पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील ভাল शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

ভাল   বিশেষ্য

अर्थ : কাৰোবাৰ ভালৰ কাৰণে কাৰোবাৰ দ্বাৰা বা আন কোনো প্রকাৰেৰে হোৱা কার্য

उदाहरणे : সকলোৰে মংগল হোৱা কাম কৰা উচিত

समानार्थी : কল্যাণ, মংগল, লাভ, হিত

अर्थ : উত্তম হোৱাৰ অৱস্থা

उदाहरणे : চৰিত্র ভালেই সকলো ভাল

समानार्थी : উত্তমতা, উৎকৃষ্টতা, গুণযুক্ততা, শ্রেষ্ঠতা

अर्थ : কাৰোবাৰ ভাল বা হিতসাধন কৰা কার্য

उदाहरणे : সৎলোকে সকলোৰে উপকাৰ সাধে

समानार्थी : উপকাৰ, হিত

अर्थ : সুখ, সমৃদ্ধি তথা কুশলতাৰে পৰিপূর্ণ ্হোৱা অৱস্থা

उदाहरणे : সকলোৰে কল্যাণ হোৱাকৈ কাম কৰা উচিত

समानार्थी : কল্যাণ, মংগল, মঙ্গল, শুভ

अर्थ : মূৰৰ ওপৰৰ ফালে থকা সন্মুখৰ অংশ

उदाहरणे : ৰামৰ কপালৰ পৰা তেজ বিৰিঙিছে

समानार्थी : অগ্রশিৰ, আগমূৰ, কপাল, ললাট

ভাল   ক্ৰিয়া বিশেষণ

अर्थ : ভাল ধৰণেৰে বা যি প্রশংসাৰ যোগ্য হয়

उदाहरणे : আজি শচীনে ভাল খেলিলে

समानार्थी : বঢ়িয়া, ভালদৰে

ভাল   বিশেষণ

अर्थ : যি সকলো ফালৰ পৰা ভাল অৱস্থাত থাকে

उदाहरणे : মোৰ ভাল , আপোনাৰ ভালনে ?

समानार्थी : বঢ়িয়া

अर्थ : যি ৰুচিৰে ভৰপূৰ

उदाहरणे : তেওঁৰ ওচৰত ৰুচিসম্পন্ন কাহিনীৰ কিতাপ আছে

समानार्थी : ৰসাল, ৰুচিকৰ, ৰুচিসম্পন্ন, ৰোচক

अर्थ : যিজন ভাল গুণৰ অধিকাৰী বা যাৰ কাম আদিৰ দ্বাৰা আনৰ মঙ্গল সাধন হয়

उदाहरणे : পৃথীৱীত ভাল মানুহ এতিয়াও কমি যোৱা নাই

समानार्थी : উত্তম, সৎ

अर्थ : যি সকলোৰে লগত ভাল, উচিত আৰু প্রিয় ব্যৱহাৰ কৰে

उदाहरणे : সজ্জন লোকে যিকোনো পৰিস্থিতিত আনৰ ভাল চিন্তা কৰে

समानार्थी : সজ্জন, সাধু, সুজন, সৎ

अर्थ : যি গুণেৰে ভৰা

उदाहरणे : গুণসম্পন্ন বস্তুৰ দাম বেছি হʼলেও বেছি দিন যায়

समानार्थी : গুণজ্ঞ, গুণপূর্ণ, গুণবাচক, গুণবোধক, গুণমণ্ডিত, গুণময়, গুণযুক্ত, গুণসম্পন্ন, গুণান্বিত, গুণী, গুণৱন্ত, গুণৱান, ্গুণাত্মক

अर्थ : যিটো ভাঙি-চিঙি বা বেয়া হৈ যোৱা নাই

उदाहरणे : মই এখন পুৰণি কিন্তু ভাল গাড়ী কিনিব খোজোঁ

समानार्थी : বঢ়িয়া

अर्थ : যি ভাল ধৰণে পৰিণামৰ ৰূপত আহে

उदाहरणे : এইটো ভাল কথা যে মই তাত নাছিলো এইটো ভাল যে আপোনাক কোনেও নেদেখিল

समानार्थी : বঢ়িয়া

अर्थ : যিটো অশ্লীল নহয়

उदाहरणे : তেওঁ ্ মার্জিত সাহিত্য পঢ়ি আনন্দ লৈছে

समानार्थी : মার্জিত, শ্লীল

चौपाल