अर्थ : ভাব-চিন্তা বা বিচাৰ সহকাৰে
उदाहरणे :
ভাবি-চিন্তিয়েই মই এই কামটো হাতত লৈছো
समानार्थी : গুণা-গঁথ্া কৰি, গুণি-পিটি, বুজি-বাজি, ভবা-গুণা কৰি, ভবা-চিন্তা কৰি, ভাবি-গুণি
अर्थ : চিন্তা সহকাৰে বা চিন্তাগ্রস্ত হৈ
उदाहरणे :
বজাৰলৈ যোৱা স্বামীৰ কাৰণে শ্যামাই উদ্বিগ্নতাৰে ৰৈ আছিল
समानार्थी : উদ্বিগ্নতাপূর্বক, উদ্বিগ্নতাৰে, উদ্বিগ্নভাৱে, গুণা-গঁথ্া কৰি, চিন্তিতভাৱে, ভবা-গুণা কৰি, ভবা-চিন্তা কৰি, ভাবি-গুণি