सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : অনুভব আৰু স্মৃতিৰে মনত জন্মা কোনো ভাব
उदाहरणे : নিজৰ ভাব অনুসৰি মানুহে আচৰণ কৰে
समानार्थी : খিয়াল, খেয়াল, ভাব, মনোভাব
अर्थ : দোদুল্যমান, অশান্তি, কঠিনতা তথা ভয়ৰ পৰা ওপজা মনৰ অৱস্থা
उदाहरणे : মই এই কামটো কিমান সোনকালে শেষ কৰিব পাৰো দিনে-ৰাতিয়ে মোৰ তাৰেই চিন্তা হৈ থাকে
समानार्थी : উগুল-থুগুল, খুদুৱনি, চিন্তা, চিন্তা-ভাৱনা, ভাবনি, ভাৱনা
स्थापित करा