पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील ভাড়া शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

ভাড়া   বিশেষ্য

अर्थ : আনৰ কোনো বস্তু অনাৰ পৰিৱর্তে ্তাৰ মালিকক দিবলগীয়া হোৱা দাম বা মূল্য

उदाहरणे : তেওঁ এই ঘৰটোৰ এহেজাৰ টকা ভাড়া লয়

समानार्थी : ভাৰা, মাচুল, শুল্ক

अर्थ : ভাড়া দি কোনো বাহনত কʼৰবালৈ যোৱা যাত্রী অথবা কʼৰবালৈ নিয়া সামগ্রী

उदाहरणे : সকলো টেক্সীৱালাই ভাৰা লৈ গʼল

समानार्थी : ভাৰা

अर्थ : কোনো বাহনত উঠাৰ বাবদ দিবলগীয়া হোৱা নিশ্চিত ধন

उदाहरणे : ইয়াৰ পৰা দিল্লীলৈ ভাড়া কিমান

समानार्थी : পৰিবহন ভাৰা, ভাৰা

चौपाल