अर्थ : ভাগৰুৱা অৱস্থা বা ভাৱ
उदाहरणे :
খেতিয়কে গছৰ ছাঁত বহি ভাগৰ পলুৱাই আছে
समानार्थी : ক্লান্তি, পৰিশ্রান্তি, শ্রান্তি
अर्थ : গোটেই ৰাতি জাগি থকাৰ কাৰণে দেহ-মনলৈ অহা অৱসাদ
उदाहरणे :
বাইদেউৰ বিয়াৰ পিছৰ ভাগৰ এতিয়াও মৰা নাই