अर्थ : কোনো বস্তু সম্পূর্ণৰূপে জ্বলি যোৱাৰ পিছত ৰৈ যোৱা অৱশিষ্ট অংশ
उदाहरणे :
গাঁৱত কিছুমান লোকে ছাইৰে বাচন-বর্তন মাজে
समानार्थी : ছাই
अर्थ : জ্বলি ছাই হোৱা বা সম্পূর্ণ ৰূপে জ্বলি যোৱা
उदाहरणे :
জুইৰ তীব্র শিখাত সন্দীপৰ ঘৰ ভস্মীভূত হৈ পৰিল
समानार्थी : ভস্মীভূত