अर्थ : সজ্জন হোৱা ভাব
उदाहरणे :
ভদ্রতা এটি বহুত ডাঙৰ গুণ
समानार्थी : ঋজুতা, সজ্জনতা, সাধুতা, সৌহার্দ্যতা
अर्थ : শিষ্ট বা ভদ্র হোৱা অৱস্থা
उदाहरणे :
সেই ৰাজমহলটোৰ ভদ্রতাই সকলোকে আকর্ষিত কৰে
समानार्थी : শিষ্টতা