सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : শিষ্ট ৰূপত বা শিষ্টতা সহিত
उदाहरणे : সকলোৰে লগত শিষ্টতাপূর্বক ব্যৱহাৰ কৰিব লাগে
समानार्थी : শিষ্ট, শিষ্টতাপূর্বক, শিষ্টাচাৰপূর্বক, ্শালীনতাসুলভ
अर्थ : যিজনে উন্নত আচাৰ-ব্যৱহাৰ অনুসৰণ কৰে আৰু ভাল মানুহৰ দৰে ব্যৱহাৰ কৰে
उदाहरणे : ভদ্র মানুহে সন্মান পায় ৰাম এজন সভ্য ব্যক্তি
समानार्थी : পৰিমার্জিত, পৰিশীলিত, ভব্য, মার্জিত, শিষ্ট, সভ্য, ৰুচিবান
स्थापित करा