पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील ভণ্টি शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

ভণ্টি   বিশেষ্য

अर्थ : খুৰাৰ ছোৱালী

उदाहरणे : মোৰ খুৰাহঁতৰ ভন্টিজনী পঢ়াত খুব ভাল

समानार्थी : খুৰাৰ ছোৱালী, বাইদেউ

अर्थ : জেঠোদেউ বা পেহাৰ ছোৱালী

उदाहरणे : মোৰ কোনো ভণ্টি (পেহীৰ ছোৱালী) নাই

समानार्थी : পেহাৰ ছোৱালী, বাইদেউ

अर्थ : কাৰোবাৰ বিচাৰত একে মাক-দেউতাকৰ কন্যা সন্তান

उदाहरणे : ৰাধা মোৰ নিজা ভনী

समानार्थी : নিজা ভণ্টি, বা), ভগিনী, ভগ্নী, ভনী, ভনীটি নিজা ভনী, সহোদৰা (বাইদেউ

अर्थ : বয়সত সৰু ভনী

उदाहरणे : মোৰ ভণ্টী পঢ়া-শুনাত বৰ চোকা

समानार्थी : ভণ্টী, ভনী, সৰু ভণ্টী, সৰু ভনী

अर्थ : মাহীৰ ছোৱালী

उदाहरणे : মোৰ ভণ্টি (মাহীৰ ছোৱালী) এগৰাকী ্ ধর্মপ্র্াণা মহিলা

समानार्थी : মাহীৰ ছোৱালী

चौपाल