पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील ভঙা शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

ভঙা   ক্ৰিয়া

अर्थ : কোনো বস্তুক কেইবাটাও খণ্ডত খণ্ডিত কৰা বা কাম নাইকিয়া কৰি দিয়া

उदाहरणे : লাখুটিৰে মাৰি মাৰি গৰখীয়াটোৱে গাইজনীৰ ঠেংখন ভাঙি দিলে

समानार्थी : ছিঙা, টুকুৰা কৰা, ভগা, ভাগি দিয়া, ভাঙি দিয়া

अर्थ : আঘাত কৰি বা মৰিয়াই কোনো বস্তুক টুকুৰা-টুকুৰ কৰা

उदाहरणे : এই কুঁহিয়াৰডাল সৰু-সৰু টুকুৰা কৰা

समानार्थी : টুকুৰা কৰা

अर्थ : কোনো বস্তু টুকুৰা-টুকুৰ হোৱা

उदाहरणे : কাঁচৰ পাত্রটো হাতৰ পৰা পিছলখাই ভাঙিল

समानार्थी : ভাঙি যোৱা

अर्थ : সম্বন্ধ আদি ভাঙি যোৱা

उदाहरणे : চালমাৰ বিয়াখন ভাঙি গʼল

अर्थ : কোনো অস্তিত্বত নথকা

उदाहरणे : গাঁৱৰ পুৰণি স্কুলখন ভাগিল

समानार्थी : ভাঙি যোৱা

ভঙা   বিশেষণ

अर्थ : যিটো ভাঙিছে বা ভঙ্গ হৈছে

उदाहरणे : শিৱৰ ভঙা ধনুখন দেখি পৰশুৰাম কোপিত হʼল

समानार्थी : খণ্ডিত, বিখণ্ডিত, ভগা, ভগ্ন, ভঞ্জিত

अर्थ : যিটো বাগৰি পৰিছে বা ভাঙি গৈছে

उदाहरणे : তেওঁ ভগ্ন ঘৰত জীৱন-যাপন কৰিবলৈ বাধ্য

समानार्थी : দী্র্ণ, বিদী্র্ণ, ভগা, ভগা-ছিগা, ভগ্ন, ভঙা-ছিঙা

चौपाल