अर्थ : কোনো বস্তু আদিৰ বহুতো ভাগ কৰা
उदाहरणे :
চোৰে চুৰ কৰা সামগ্রীবোৰ ভগাই লʼলে
समानार्थी : বিভাজন কৰা, ভাগ কৰা
अर्थ : অংশীদাৰ অনুসৰি কিবা পোৱা বা দিয়া
उदाहरणे :
আজি বিদ্যালয়ত মিঠাই ভগোৱা হʼব
समानार्थी : বিতৰণ কৰা